Sunday 15 April 2018

কবি(Kabi) - A collection of Assamese short stories by Saurabh Kumar Chaliha in EPUB and PDF format

Book Details

  • Name - Kabi(কবি)
  • Author - Saurabh Kumar Chaliha
  • Genre -  Short Stories
  • Total Pages -109 (in the PDF)
  • Format - PDF, EPUB
  • Size - EPUB (711 KB), PDF (1.6 MB)

Contents  

ফাউষ্টা, ইচ্ছাশক্তি, ভালবাপুৰ ভাবনা, ঘৰমুৱা, মান্না, বন্‌ছাই, বিজ্ঞান দীনবাবু আৰু তিনিলাখ বনুৱা, “বাঘ আৰু নিগনি”, অন্য এখন প্ৰদৰ্শনীৰ ছবি, কবি



নমস্কাৰ পাঠকসকল, আজি ১ ব'হাগ আৰু ৰঙালী বিহুৰ এই শুভক্ষণত "ব্লগ অসম" ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়ালো প্ৰথিতযশা সাহিত্যিক তথা গল্পকাৰ সৌৰভ কুমাৰ চলিহাদেৱৰ এটি গল্প সংকলন "কবি"। অসমীয়া চুটিগল্পত নতুন ধাৰা জন্ম দিয়া চলিহাদেৱৰ "গোলাম" নামৰ গল্প সংকলনখনে ১৯৭৪ চনত লাভ কৰে সাহিত্য একাডেমি বঁটা। ১১ টা গল্প সন্নিৱিষ্ট হোৱা "কবি" সংকলনটো প্ৰথমে প্ৰকাশ হয় ১৯৯৯ চনত। সেই প্ৰথম সংস্কৰণৰ পৰাই এই ই-কিতাপখনি প্ৰস্তুত কৰি ৰাইজৰ বাবে আগবঢ়োৱা হ'ল। কিতাপখন পঢ়োঁতে অসুবিধাৰ সন্মুখীন হ'লে নাইবা কিবা আসোঁৱাহ চকুত পৰিলে ই-মেইল বা আন মাধ্যমসমূহৰ যোগেৰে জনাবলৈ অনুৰোধ থাকিল।

২০১১-১২ চনত জন্মলাভ কৰা এই ব্লগটোৱে এক দীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আজিৰ অৱস্থা পাইছেহি, পাইছে প্ৰতিটো খোজতে পাঠকসকলৰ অনুপ্ৰেৰণা। "ব্লগ অসম"ৰ এই যাত্ৰা অনাগত দিনতো অটুত থাকিব বুলি আশা কৰিলোঁ আৰু সকলোকে ৰঙালী বিহুৰ ওলগ ও শুভেচ্ছা জনাই এই বিহু বিশেষ সংযোজনৰ সামৰণি মাৰিলো....

Download the EPUB

Download the PDF